July 28, 2025 11:38 AM
ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কাৰ্বি আংলং মর্নিং ষ্টাৰ আই টি বি পি ফুটবল দলৰ বিৰুদ্ধে ২-১ গ’লৰ ব্যৱধানত পৰাস্ত
১৩৪ সংখ্যক ইণ্ডিয়ান অইল ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ কোকৰাঝাৰত অনুষ্ঠিত প্ৰথমখন খেলত কালি কাৰ্বি আংলং মর্নিং ষ্টাৰ এফ চিয়ে ব্যর্থতাৰে অভিযান আৰম্ভ কৰে। সেনাবাহিনীয়ে আয়োজন কৰা এছি...