November 2, 2024 12:28 PM

views 25

ডুমু গিডিয়ান বকো বটছৱানাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে কাৰ্যভাৰ গ্ৰহণ

বটছৱানাৰ নতুন ৰাষ্ট্ৰপতি হিচাপে ডুমু গিডিয়ান বকোৱে কাৰ্যভাৰ গ্ৰহণ কৰিছে। নিৰ্বাচনৰ জৰিয়তে জয় লাভ কৰি ডুমু বকোৱে আফ্রিকান দেশখনত প্ৰায় ৬০ বছৰ শাসন কৰা বটছৱানা ডেমক্রেটিক পার্টি চমুকৈ বি ডি পিৰ শাসনৰ অৱসান ঘটায়। ৫৪ বছৰীয়া ডুমু বকোৱে নিৰ্বাচনত বি ডি পিক পৰাস্ত কৰাৰ ৩ দিন পিছতেই মুখ্য ন্যায়াধীশ তেৰেঞ্চ ৰানোৱানেৰ কাৰ্যালয়ত বন্ধ অধিৱেশনৰ সময়ছোৱাত শপতগ্ৰহণ কৰে। নিৰ্বাচনত জয় লাভ কৰি ৰাষ্ট্ৰপতি বকোৱে দিয়া প্ৰথমটো ৰাজহুৱা ভাষণত জনসাধাৰণে তেওঁৰ প্ৰতি আস্থা জনোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। দেশখন আ...