March 9, 2025 12:13 PM
17
ডুমডুমাত চাহ বাগিচাৰ মজুৰি ক্ষতিপূৰণ আঁচনি আৰু টীকাকৰণ সম্পৰ্কীয় কর্মশালা অনুষ্ঠিত
শ্রমিক কল্যাণ, চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ অধ্যক্ষতাত কালি ডুমডুমাত চাহ বাগিচাৰ মজুৰি ক্ষতিপূৰণ আঁচনি আৰু টীকাকৰণ সম্পৰ্কীয় এখন কর্মশালা অনুষ্ঠিত হয়। কর্মশালাখনত তিনিচুকীয়া জিলাৰ স্বাস্থ্য সেৱাৰ যুটীয়া সঞ্চালক ডাঃ জয়ন্ত ভট্টাচার্য, তিনিচুকীয়াৰ সহকাৰী আয়ুক্ত মঞ্জীত দলে আদি উপস্থিত থাকে। মন্ত্ৰী গোৱালাই আশাকৰ্মী আৰু আশা তত্বাৱধায়ক ৰূপে কৰ্মৰত স্বাস্থ্যকর্মীসকলক আঁচনিখনৰ বিষয়ে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ আহ্বান জনোৱাৰ লগতে চাহ বাগিচা অঞ্চলৰ প্ৰতিগৰাকী গৰ্ভৱতী ম...