August 17, 2025 12:51 PM

views 11

ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত নৰ্থ ইষ্ট ইউনাইটেড এফ চি

যোৱাবাৰৰ চেম্পিয়ন নৰ্থ ইষ্ট ইউনাইটেড এফ চিয়ে ডুৰাণ্ড কাপ ফুটবল প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। কোকৰাঝাৰৰ ভাৰতীয় খেল প্ৰাধিকৰণৰ ষ্টেডিয়ামত যোৱা নিশা অনুষ্ঠিত প্রতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত নর্থ ইষ্ট ইউনাইটেড এফ চিয়ে বড়োলেণ্ড এফ চিক ৪-০ গ’লত পৰাস্ত কৰে। খেলৰ ২৯ মিনিটত আলাদিন আজাৰায়ে জিতিনৰ পৰা সুন্দৰ বল লাভ কৰি প্ৰথমটো গ’ল দিয়ে। দ্বিতীয়ার্ধত বড়োলেণ্ড এফ চিয়ে গ'ল কৰাৰ চেষ্টাৰে আক্ৰমণ কৰে যদিও এই ৰণনীতিয়ে দলৰ ৰক্ষণ বিভাগ দুৰ্বল কৰি তোলে। এই সুযোগৰ সদ্ব্যৱহাৰ কৰি নৰ্থ ইষ...