April 11, 2025 9:58 AM
20
ভাৰত চৰকাৰ আৰু দেশখনৰ জনসাধাৰণলৈ ডুবাইৰ যুৱৰাজৰ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন
ডুবাইৰ যুৱৰাজ শ্বেইখ হামদান বিন মহম্মদ বিন ৰছিদ-অল-মাকটুমে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, ভাৰত চৰকাৰ আৰু ভাৰতৰ জনসাধাৰণলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি কয়, যে দুয়োখন দেশে সফল গোলকীয় অংশীদাৰিত্বৰ দিশত নতুন মান নিৰ্ধাৰণ কৰিছে। ডুবাইৰ যুৱৰাজ তথা সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰৰো উপ প্রধানমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী দুদিনীয়া ভাৰত ভ্ৰমণসূচী সামৰি স্বদেশলৈ উভতি গৈছে। সামাজিক মাধ্যমৰ এটা পোষ্টত ডুবাইৰ যুৱৰাজগৰাকীয়ে কৃতজ্ঞতা প্রকাশ কৰি কয়, যে সংযুক্ত আৰৱ আমিৰী ৰাষ্ট্ৰ আৰু ভাৰতৰ মাজত শতিকাজোৰা সভ্যতা...