April 7, 2025 8:00 PM

views 5

কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ডুবাইৰ যুৱৰাজৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ উপ প্রধানমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী আৰু ডুবাইৰ যুৱৰাজ শ্বেইখ হামদান বিন মহম্মদ আল মাকট'মে কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে ভাৰত ভ্ৰমণ কৰিব। ডুবাইৰ যুৱৰাজ হিচাপে এয়া হ'ব তেওঁৰ প্ৰথম আনুষ্ঠানিক ভাৰত ভ্ৰমণ। তেওঁৰ সৈতে কেইবাগৰাকী মন্ত্ৰী, জ্যেষ্ঠ চৰকাৰী বিষয়া আৰু উচ্চ পৰ্যায়ৰ এটা ব্যৱসায়ীক প্ৰতিনিধিৰ দল ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিজ্ঞপ্তিত জানিবলৈ দিছে যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সন্মানার্থে দুপৰীয়াৰ আহাৰৰ আয়োজন কৰিছে। ভ্ৰমণকালত তেওঁ...