November 17, 2025 1:35 PM

views 30

ইউ এ ইত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব’ ২০২৫ আৰম্ভ

সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰ ইউ এ ইত আজি বায়ুসেনাৰ প্ৰদৰ্শন ডুবাই এয়াৰ শ্ব' ২০২৫ আৰম্ভ হ'ব। দুদিনীয়া এই প্রদর্শনীত প্ৰতিৰক্ষা বিভাগে নিজৰ শক্তি প্ৰদৰ্শন কৰিব। ভাৰতীয় বায়ুসেনায়ো এই কাৰ্যসূচীত অংশগ্ৰহণ কৰি সূৰ্য কিৰণ এৰ'বেটিক টীম আৰু এল চি এ তেজস্বৰ জৰিয়তে ভাৰতীয় বায়ুসেনাৰ শক্তি প্ৰদৰ্শন কৰিব। কেন্দ্ৰীয় প্ৰতিৰক্ষা ৰাজ্য মন্ত্রী সঞ্জয় সেঠে ভাৰতীয় দলক নেতৃত্ব দিব। এই ভ্রমণকালত শ্রীসেঠে ইউ এ ইৰ প্ৰতিৰক্ষা মন্ত্ৰীৰ সৈতে এখন দ্বিপাক্ষিক বৈঠকত অংশ ল'ব। তেওঁ লগতে ভাৰতৰ প্ৰতিৰক্ষা প্রযুক্তি আৰু নির্মাণ সন...