January 21, 2026 7:53 PM

views 15

ৰাজ্যৰ তিনিখন জিলাত নতুন তিনিটা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় মুকলিত অনুমোদন

অসম চৰকাৰে ৰাজ্যখনৰ তিনিখন জিলাত নতুন তিনিটা জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয় মুকলিত অনুমোদন জনাইছে। ৰাজ্যপালে জাৰি কৰা এখন বিজ্ঞপ্তি অনুসৰি তামুলপুৰ, বজালী আৰু পশ্চিম কাৰ্বি আংলং জিলাত এই নতুন পৰিবহণ বিষয়াৰ কাৰ্যালয়কেইটাৰ কাম-কাজ আৰম্ভ হ'ব। সেই অনুসৰি তামুলপুৰ জিলাত পঞ্জীয়ন হ'বলগীয়া যান-বাহনৰ বাবে AS-35, বজালী জিলাত পঞ্জীয়ন হ'বলগীয়া যান-বাহনসমূহৰ বাবে AS-36 আৰু পশ্চিম কাৰ্বি আংলং জিলাত পঞ্জীয়ন হ'বলগীয়া যান-বাহনসমূহৰ বাবে AS-37 শৃংখলা আৱণ্টন দিয়া হৈছে। ইয়াকে ধৰি ৰাজ্যখনত মুঠ জিলা পৰিবহণ ব...