June 26, 2025 10:54 AM

views 12

সমগ্ৰ বিশ্বতে মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন

সমগ্ৰ বিশ্বতে আজি মাদক দ্ৰব্যৰ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় দিৱস পালন কৰা হৈছে। মাদক দ্রব্য মুক্ত এখন সমাজ গঢ়াৰ লক্ষ্যৰে গ্ৰহণ কৰা কাৰ্যব্যৱস্থা আৰু সহযোগিতাক শক্তিশালী কৰাৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। এই দিৱস উপলক্ষে আজি নতুন দিল্লীৰ ৬০ আম্বেদকাৰ আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হৈছে। অনুষ্ঠানত সামাজিক ন্যায় আৰু সবলীকৰণ দপ্তৰৰ ৰাজ্যমন্ত্রী বি এল বার্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই দিৱস উপলক্ষে সামাজিক মাধ্যমৰ...