ডাউনলোড
মোবাইল এপ

android apple
signal

August 22, 2025 12:09 PM

আকাশবাণী গুৱাহাটীৰ কাইলৈৰ ‘দৃষ্টিপাত’ত উপস্থিত থাকিব একালৰ সক্ৰিয় সাংবাদিকতাত জড়িত কেইগৰাকীমান সাংবাদিক

বিধানমণ্ডল, কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ পাছতেই গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰূপে সংবাদ মাধ্যমে স্থান লাভ কৰি আহিছে। পৰিৱৰ্তিত সময়ত এই চতুৰ্থ স্তম্ভৰ লগতে পঞ্চম স্তম্ভৰো প্ৰয়োজন আহি পৰিছ...