September 20, 2025 9:54 PM

views 20

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত ‘জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা’ সম্পর্কে আলোচনা

গীতেৰে সৰ্বস্তৰৰ জনসাধাৰণৰ হৃদয় স্পৰ্শ কৰা জনগণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগত সৃষ্টি হোৱা অপূৰণীয়া শূন্যতাত অসমবাসীয়ে হাহাকাৰ কৰিছে। আজি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত জুবিন গাৰ্গৰ জনপ্ৰিয়তা আৰু তেওঁৰ দেহাৱসানে আনি দিয়া শূন্যতা সম্পর্কে আলোচনাত অংশ লৈ চিন্ময়ী গোস্বামীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয়, যে শিল্পীগৰাকী প্ৰতিভাৰে অসমৰ সাংগীতিক ক্ষেত্ৰত এজোপা বৰগছ সদৃশ আছিল। আই আই টি গুৱাহাটীৰ অধ্যাপক ড° উৎপল বৰাই অনুষ্ঠানটিত জুবিন গাৰ্গৰ ছাত্ৰ অৱস্থা আৰু সংগীতৰ সাধনাৰ প্ৰথমছোৱাৰ বিষয়ে উল...