December 6, 2025 8:27 PM

views 32

১৩ ডিচেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাট সমাৰোহৰ আয়োজন

নটসূৰ্য সোৱৰণি উদযাপন সমিতিৰ উদ্যোগত আৰু সাংস্কৃতিক সঞ্চালকালয়ৰ সহযোগত অহা ১৩ ডিচেম্বৰৰ পৰা ৫ দিনীয়া কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নাট সমাৰোহৰ আয়োজন কৰা হৈছে। উদ্বোধনী সন্ধিয়া ৰিতুপৰ্ণ দাসৰ ৰচনা আৰু পৰিচালনাৰে কুৰুক্ষেত্ৰ নাটকখন মঞ্চস্থ কৰা হ'ব। কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ স্মৃতিত সমাৰোহৰ প্ৰথম দিনটো উচৰ্গা কৰা হ'ব। সেইদিনা অনুষ্ঠানত নটসূৰ্যৰ প্ৰতিষ্ঠাপক, সাধাৰণ সম্পাদক গিয়াছুদ্দিন আহমেদৰ স্মৃতিত নাট্যকাৰ আৰু পৰিচালক তৰুণ শ‍ইকীয়া স্মাৰক বঁটা প্ৰদান কৰা হব। এই অনুষ্ঠানতে নটসূৰ্...

August 18, 2025 1:00 PM

views 13

পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি ব্রজনাথ – বিপ্লবী অগ্নিবীৰ শীৰ্ষক নাটখন মঞ্চস্থ

স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ্য জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আয়োজিত পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাত আজি ব্রজনাথ - বিপ্লবী অগ্নিবীৰ শীৰ্ষক নাটখন মঞ্চস্থ কৰা হ'ব । ছিপাঝাৰৰ চৰ্চা নাট্য গোষ্ঠীয়ে পৰিৱেশন কৰিবলগীয়া এই নাটখনৰ নাট্যকাৰ উৎপল দত্ত। অসীম কুমাৰ নাথে পৰিচালনা কৰিবলগীয়া নাটখনৰ সন্ধিয়া ৫ বজা আৰু চাৰে সাত বজাত দুটাকৈ দৰ্শনী আগবঢ়োৱা হ'ব। ক...

August 15, 2025 7:58 PM

views 21

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱদেৱ আন্তর্জাতিক প্ৰেক্ষাগৃহত আজিৰে পৰা ২১ আগষ্টলৈ পৰাক্ৰমী পূৰ্বোত্তৰ নাট মেলাৰ আয়োজন কৰা হৈছে। স্বাধীনতা সংগ্ৰামৰ উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামীসকলৰ প্ৰতি শ্ৰদ্ধাৰ্ঘ জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত এই নাটমেলাৰ আয়োজন কৰা হৈছে। প্ৰতিদিনে বিয়লি ৫ আৰু সন্ধিয়া চাৰে সাত বজাত নাটসমূহ প্ৰদৰ্শন কৰা হ'ব। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মূল প্ৰৱেশদ্বাৰৰ পৰা ১৮ আগষ্ট পর্যন্ত নিতৌ দিনৰ ১১ বজাৰ পৰা বিয়লি ৪ বজালৈ প্ৰৱেশ পত্ৰ সং...

September 2, 2024 7:55 PM

views 26

কাইলৈৰ পৰা ৭ ছেপ্তেম্বৰলৈ ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ

গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত কাইলৈৰ পৰা ৭ ছেপ্তেম্বৰলৈ ভুল্লুং বুথুৰ আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱ অনুষ্ঠিত হ'ব। ৰাজ্যখনৰ এটা নাট্যদল আঁক – এ ক্ৰিয়েটিভ লাইনৰ হৈ ড° মৃণালজ্যোতি গোস্বামীৰ তত্বাৱধানত এই মহোৎসৱ অনুষ্ঠিত কৰিব। আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এখন সংবাদমেলত উদ্যোক্তাসকলে কৰা ঘোষণা অনুসৰি এই মহোৎসৱত আমেৰিকা, পোলেণ্ড, শ্রীলংকা, অস্ট্রেলিয়া, ফ্রান্স, টিউনিচিয়া আৰু ভাৰতৰ কেইবাটাও নাট্যদলৰ দ্বাৰা কেইবাখনো নাট মঞ্চস্থ কৰা হ'ব। কাইলৈ সন্ধিয়া কলাক্ষেত্ৰৰ শ্ৰীশ্ৰী মাধৱ দেৱ আন্তর্জা...