April 30, 2025 8:51 PM

views 34

প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ

উত্তৰ পূৱ উন্নয়ন ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি নতুন দিল্লীত বহু-বিষয়ক শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়সমূহৰ বাবে প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযানৰ অন্তৰ্গত এখন দুদিনীয়া কৰ্মশালাৰ শুভাৰম্ভ কৰে। কর্মশালাখন মুকলি কৰি নিজৰ ভাষণত ৬০ মজুমদাৰে কয়, যে বৰ্তমানৰ নতুন শিক্ষানীতিয়ে যুৱ প্ৰজন্মক আধুনিক মানসিকতাৰে গঢ়ি তোলাৰ লগতে শিক্ষা প্রতিষ্ঠানসমূহকো আধুনিক কৰি তুলিছে আৰু প্ৰাচীন জ্ঞানক নতুন উদ্ভাৱন ব্যৱস্থাৰ সৈতে সংযোজিত কৰিছে। তেওঁ লগতে কয়, যে নতুন শিক্ষানীতি ২০২০ ৰ উদ্দেশ্য হৈছে ভাৰতৰ ছাত...