December 19, 2025 6:48 PM December 19, 2025 6:48 PM
4
ধেমাজি জিলাৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রীৰ নিযুক্তিথলীৰ পত্ৰ বিতৰণ
ধেমাজি জিলা শিক্ষা বিভাগৰ অধীনত আজি আয়োজিত এটা অনুষ্ঠানত জিলাখনৰ সদ্য নিযুক্তিপ্রাপ্ত স্নাতক আৰু স্নাতকোত্তৰ শিক্ষকসকলক শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে নিযুক্তিথলীৰ পত্ৰ বিতৰণ কৰে। জিলাখনৰ মুঠ ২০৯ গৰাকী শিক্ষক-শিক্ষয়িত্ৰীক তেওঁলোকে বাছনি কৰা শিক্ষানুষ্ঠানৰ বাবে নিযুক্তি দিয়া হয়। জিলা শিক্ষা বিভাগৰ উদ্যোগত আৰু ধেমাজি জিলা অধিবিদ্যা পৰিষদৰ সহযোগত ধেমাজি ৰাজহুৱা প্রেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্রী ডাঃ পেগুৱে শিক্ষক-শিক্ষয়িত্রীসকলক কর্মজীৱনৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে নিজৰ শিক্ষানুষ্ঠ...