December 13, 2024 7:44 PM December 13, 2024 7:44 PM
4
অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই-ৰিক্সা বিতৰণ
অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বোর্ডৰ দ্বাৰা আজি লখিমপুৰ জিলাৰ ১০ গৰাকী সংখ্যালঘু হিতাধিকাৰীৰ মাজত ই ৰিক্সা বিতৰণ কৰা হয়। জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত সংখ্যালঘু উন্নয়ন বোর্ডৰ ই ৰিক্সা বিতৰণ অনুষ্ঠান মুকলি কৰি লখিমপুৰ সমষ্টিৰ বিধায়ক মানৱ ডেকাই বৰ্তমান চৰকাৰে সংখ্যালঘু নিবনুৱা যুৱক- যুৱতীৰ স্বাৱলম্বনৰ বাবে গ্ৰহণ কৰা আঁচনিৰ বিষয়ে উল্লেখ কৰি ই ৰিক্সাৰ দ্বাৰা নিবনুৱা যুৱকসকল আত্মনিৰ্ভৰশীল হব বুলি আশা প্রকাশ কৰে। এই উপলক্ষে মহকুমা কল্যাণ বিষয়াৰ সহযোগত উত্তৰ লখিমপুৰ আৱৰ্ত ভৱনৰ সভাকক্ষত অনুষ্ঠিত ই ...