August 10, 2025 12:00 PM August 10, 2025 12:00 PM
5
অসম সন্তান ড° মুকুট গোহাঁইৰ যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাৰ বিশেষ বঁটা লাভ
অসম সন্তান ড° মুকুট গোহাঁইয়ে যক্ষ্মা ৰোগৰ ঔষধৰ সহজলভ্য প্ৰযুক্তি উদ্ভাৱনৰ বাবে ৰাষ্ট্ৰসংঘৰ অধীনৰ ইউনিটাইড সংস্থাটোৰ বিশেষ বঁটা লাভ কৰিছে। এই বঁটাৰ অংশ হিচাপে গৱেষণাৰ বাবে প্ৰয়োজনীয় অনুদান লাভ কৰিব। প্ৰথম পৰ্যায়ত ৩ বছৰৰ বাবে আর্থিক অনুদান আগবঢ়ায় সংস্থাটোৱে গৱেষণাৰ অগ্ৰগতিৰ ভিত্তিত ইয়াৰ সময়সীমা আৰু অনুদানৰ পৰিমাণ বৃদ্ধি কৰিব। উল্লেখযোগ্য যে, তিনিচুকীয়া জিলাৰ পানীতোলাৰ গন্ধিয়া গাঁৱৰ সন্তান ড° গোহাঁইৰ নেতৃত্বত বিজ্ঞানীৰ এটা দলে আমেৰিকাৰ ভার্জিনিয়া কমনৱেলথ বিশ্ববিদ্যালয়ৰ মেডিচিন ফ'ৰ অলৰ স...