March 27, 2025 8:12 PM

views 11

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডাঃ মৃদুপৱন নাথৰ জামিন নাকচ

আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত গ্ৰেপ্তাৰ হোৱা ডিফু চিকিৎ‍সা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ডাঃ মৃদুপৱন নাথৰ জামিন আজি গুৱাহাটীৰ বিশেষ ন্যায়াধীশৰ আদালতে নাকচ কৰে । ইয়াৰ ফলত অভিযুক্ত ডাঃ নাথ কাৰাগাৰৰ পৰা মুকলি হোৱা পথ ৰুদ্ধ হৈছে। উল্লেখযোগ্য যে, চৰকাৰী চাকৰিৰ লগতে গুৱাহাটীত নাৰ্চিং হোম চলাই থকা ডাঃ নাথে আয়তকৈ অধিক সা-সম্পত্তি অৰ্জন কৰা বুলি মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তথ্য লাভ কৰিছিল। এই তথ্য-প্ৰমাণৰ ভিত্তিত তদাৰকী কোষে ডাঃ নাথৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। এই গোচৰতে আজি বিশেষ ন্যায়াধীশৰ ...