ডাউনলোড
মোবাইল এপ

android apple
signal

July 14, 2025 8:45 PM

চলিত মাহৰ ১৮ তাৰিখৰ পৰা যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা মন্ত্ৰালয়ে চলিত মাহৰ ১৮ তাৰিখৰ পৰা ৩ দিনীয়া কাৰ্যসূচীৰে যুৱ আধ্যাত্মিকতা সন্মিলনৰ আয়োজন কৰিছে। বিকশিত ভাৰতৰ বাবে নিচামুক্ত যুৱ প্ৰজন্মৰ লক্ষ্যৰে বাৰাণসীত এই ...

June 3, 2025 9:13 PM

যুৱ কণ্ঠ, বিশেষজ্ঞ আৰু নেতাসকলক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নগৰীয়া আড্ডা ২০২৫ শীৰ্ষক ৩ দিনীয়া সন্মিলন মুকলি কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি যুৱ কণ্ঠ, বিশেষজ্ঞ আৰু নেতাসকলক ঐক্যবদ্ধ কৰাৰ উদ্দেশ্যে নগৰীয়া আড্ডা ২০২৫ শীৰ্ষক ৩ দিনীয়া সন্মিলন মুকলি কৰে। এই উপলক্...

May 25, 2025 10:34 AM

উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ’ব বুলি ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ ঘোষণা

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই প্ৰতিবছৰে উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যৰ এখনত খেলো ইণ্ডিয়া উত্তৰ-পূৱ ক্ৰীড়া মহোৎসৱৰ আয়োজন কৰা হ'ব বুলি ঘোষণা কৰিছে। ন...

May 1, 2025 9:33 PM

ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰদান

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মান্দাভিয়াই আজি নতুন দিল্লীত বেডমিণ্টন খেলুৱৈ ক্ৰমে ছিৰাগ শ্বেট্টী আৰু সাত্বিকৰাজ ৰানকীৰেড্ডী ২০২৩ বৰ্ষৰ মেজৰ ধ্যানচন্দ খেলৰত্ন পুৰস্কাৰ প্ৰ...

April 13, 2025 6:10 PM

যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবলৈ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াৰ আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মন্দাভিয়াই যুৱক-যুৱতীসকলক উন্নত ভাৰত গঢ়ি তোলাৰ বাবে ড০ ভীমৰাও আম্বেদকাৰৰ একতা, ন্যায় আৰু ভাতৃত্ববোধৰ দৃষ্টিভংগীৰ পৰা প্ৰেৰণা লবল...

April 2, 2025 7:18 PM

ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান

কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই ৰাষ্ট্ৰ প্ৰথম ভাৱনাৰে কাম কৰিবলৈ দেশৰ যুৱ প্ৰজন্মৰ প্ৰতি আহ্বান জনাইছে। নতুন দিল্লীত আয়োজিত বিকশিত ভাৰত যুৱ সংসদত ভাষণ দি ...

December 22, 2024 6:50 PM

চি আৰ পি এফ -আই টি বি পিৰ জোৱানৰ সৈতে নতুন দিল্লীত  ফীট ইণ্ডিয়া  চাইকেল অভিযানত ক্রীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াৰ অংশগ্ৰহণ

কেন্দ্রীয় ক্রীড়া মন্ত্ৰী ড০ মনসুখ মাণ্ডাভিয়াই আজি কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী – চি আৰ পি এফ আৰু ভাৰত-তীববত সীমান্ত আৰক্ষী - আই টি বি পিৰ জোৱানসকলৰ সৈতে নতুন দিল্লীত অনুষ্ঠিত ফীট ই...

December 19, 2024 8:59 PM

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন

কাবাদী, খো-খো, মল্লযুঁজ, ফুটবল আদি খেলসমূহৰ প্ৰচাৰৰ অৰ্থে খেল’ ইণ্ডিয়াকে ধৰি সমগ্ৰ দেশতে বিভিন্ন আঁচনি প্ৰৱৰ্তন কৰা হৈছে বুলি ক্রীড়া মন্ত্ৰ্যালয়ে আজি জানিবলৈ দিয়ে। ৰাজ্যসভাত এটা লিখি...

September 13, 2024 9:14 PM

ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদনৰ আহ্বান ক্ৰীড়া মন্ত্ৰী মণ্ডাভিয়াৰ

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়াই ইতিমধ্যে অৱসৰ গ্ৰহণ কৰা খেলুৱৈসকলক নতুনকৈ আৰম্ভ কৰা অৱসৰপ্ৰাপ্ত খেলুৱৈ সবলীকৰণ প্ৰশিক্ষণ আৰ ই এছ ই টি কাৰ্যসূচীৰ বাবে আবেদন জনাবলৈ আ...

September 7, 2024 9:13 PM

চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰঃ মনসুখ মন্দাভিয়া

কেন্দ্রীয় ক্রীড়া মন্ত্রী মনসুখ মন্দাভিয়াই কৈছে যে, চৰকাৰে উন্নত প্ৰশিক্ষণৰ বাবে খেলুৱৈ আৰু প্ৰশিক্ষকসকলক সকলো ধৰণৰ সুবিধা প্ৰদান কৰিবলৈ বদ্ধপৰিকৰ। শ্ৰীমন্দাভিয়াই কয় যে, খেলুৱৈসকল...