December 3, 2025 9:13 PM

views 25

ইণ্ডিয়া এজ ২০২৫ শীর্ষ সন্মিলনত মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াৰ অংশগ্রহণ

দেশৰ প্রায় ৬৪ শতাংশ নাগৰিকে বর্তমান কমেও এটা প্ৰকাৰৰ হ'লেও সামাজিক সুৰক্ষা লাভ কৰিবলৈ সমৰ্থ হৈছে, যিয়ে ভাৰতক জনসাধাৰণৰ সামাজিক সুৰক্ষা প্ৰদান কৰা বিশ্বৰ দ্বিতীয় সর্ববৃহৎ দেশত পৰিণত কৰিছে। নতুন দিল্লীত আজি ইণ্ডিয়া এজ ২০২৫ শীর্ষ সন্মিলনত অংশগ্রহণ কৰি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী ড০ মনসুখ মাণ্ডাভিয়াই এনেদৰে প্ৰকাশ কৰে। ড০ মাণ্ডাভিয়াই পুৰণি শ্রম আইনক শক্তিশালী কৰি নতুন শ্রম সংহিতা হিচাপে বিশ্বমানত ফেৰ মাৰিব পৰাকৈ শ্রম আইনক সলনি কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। প্রত্যক্ষ বিদেশী বিনিয়োগক আকৰ্ষণ কৰা...

November 22, 2025 12:42 PM

views 26

সমগ্র দেশতে পুৰণি শ্রম আইনৰ স্থানত চাৰিখন নতুন শ্রম সংহিতা কাৰ্যকৰী

কেন্দ্ৰীয় চৰকাৰে কালি সমগ্র দেশতে পুৰণি শ্রম আইনৰ স্থানত চাৰিখন নতুন শ্রম সংহিতা কাৰ্যকৰী কৰে। এই নতুন শ্রম সংহিতাই কেৱল আইনী পৰিৱৰ্তনে নহয়, বৰং ই দেশৰ ৪০ কোটিতকৈও অধিক শ্রমিকৰ জীৱনলৈ ঐতিহাসিক পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। কেন্দ্রীয় শ্রম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই শ্ৰমিকৰ কল্যাণৰ হকে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা এয়া ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে। প্রতিজন শ্রমিকক মর্যাদা, সুৰক্ষা আৰু আর্থিকভাবে শক্তিশালী কৰাই হৈছে এই নতুন শ্রম সংহিতাৰ উদ্দেশ্য। প্রধানমন্ত্রী নৰেন্দ্ৰ মো...

November 17, 2025 7:58 PM

views 36

ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কেন্দ্ৰীয় মন্ত্ৰী ডাঃ মনসুখ মাণ্ডাভিয়াৰ

শ্ৰম আৰু নিযুক্তি মন্ত্রী ডাঃ মনসুখ মাণ্ডাভিয়াই আজি নতুন দিল্লীৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় বাণিজ্য মেলাত কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাৰ পেভিলিয়ন উদ্বোধন কৰে। মাণ্ডাভিয়াই কয় যে কৰ্মচাৰীৰ ভৱিষ্যৎ নিধি সংস্থাই দীর্ঘদিন ধৰি সমগ্ৰ দেশৰ কোটি কোটি শ্ৰমিকৰ বাবে বিত্তীয় নিৰাপত্তাৰ স্তম্ভ হিচাপে কাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সংস্থাই দেশৰ সামাজিক সুৰক্ষাৰ গাঁথনি শক্তিশালী কৰিছে। তেওঁ লগতে যুৱক-যুৱতীসকলক এই পেভিলিয়নটো দৰ্শন কৰিবলৈ আহ্বান জনায়। তেওঁ লগতে কয় যে এই পেভিলিয়নে কেনেদৰে ডিজিটেল ...

November 4, 2025 3:14 PM

views 30

দোহাত সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব গ্ৰহণ

● কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্রী মনসুখ মন্দাভিয়াই কাটাৰৰ দোহাত আজিৰে পৰা পৰহিলৈকে হ’বলগীয়া সামাজিক উন্নয়ন বিষয়ক দ্বিতীয় বিশ্ব সন্মিলনত ভাৰতীয় প্ৰতিনিধি দলৰ নেতৃত্ব গ্ৰহণ কৰিব। এই সন্মিলনৰ সময়ছোৱাত শ্ৰীমন্দাভিয়াই সামাজিক ন্যায়ৰ ক্ষেত্ৰত গোলকীয়া সহযোগিতাৰ বাবে সামগ্ৰিক আৰু সমবিকাশ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় শ্রমিক সংস্থাৰ মন্ত্ৰী পৰ্যায়ৰ আলোচনাত ভাৰতক প্ৰতিনিধিত্ব কৰিব। তেওঁ সামাজিক উন্নয়নৰ তিনিটা মূল স্তম্ভ শক্তিশালী কৰাৰ ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলত ভাষণ দিব। মন্ত্ৰীগৰাক...

October 14, 2025 8:24 PM

views 30

সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ ড০ মনসুখ মন্দাভিয়াৰ

কেন্দ্রীয় শ্রম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্রী ড০ মনসুখ মন্দাভিয়াই আজি সংসদ ভৱনত উপ-ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত তেওঁ উপ ৰাষ্ট্ৰপতিগৰাকীক শ্রম আৰু নিয়োগ মন্ত্ৰ্যালয়ৰ লগতে যুৱ পৰিক্ৰমা আৰু ক্রীড়া মন্ত্ৰ্যালয়ে গ্রহণ কৰা গুৰুত্বপূৰ্ণ উদ্যম আৰু নীতিগত সংস্কাৰৰ বিষয়ে অৱগত কৰে। উপ ৰাষ্ট্ৰপতি ৰাধাকৃষ্ণণে শ্রম আইনৰ সলনিকৰণ, সামাজিক সুৰক্ষা বৃদ্ধি আৰু বিভিন্ন ক্ষেত্ৰত কৰ্ম-সংস্থাপনৰ নতুন সুযোগ সৃষ্টিৰ বাবে শ্রম আৰু নিয়োগ মন্ধ্যালয়ে চলোৱা প্রচেষ্টাক লৈ সন্তুষ্টি প্রকা...

October 5, 2025 7:08 PM

views 58

বিশ্ব শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত দেওবৰীয়া ফিট ইণ্ডিয়া অনুষ্ঠানৰ চাইকেল চালনা বিশেষ সংস্কৰণত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী ড° মনসুখ মন্দাভিয়াৰ অংশগ্ৰহণ

বিশ্ব শিক্ষক দিৱসৰ সৈতে সংগতি ৰাখি নতুন দিল্লীত আজি অনুষ্ঠিত দেওবৰীয়া ফিট ইণ্ডিয়া অনুষ্ঠানৰ চাইকেল চালনা বিশেষ সংস্কৰণত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী ড° মনসুখ মন্দাভিয়াই অংশগ্ৰহণ কৰে। ৰাজধানী মহানগৰীখনৰ মেজৰ ধ্যানচান্দ ষ্টেডিয়ামৰ পৰা ইণ্ডিয়া গেট আৰু ইয়াৰ কাষৰীয়া এলেকাসমূহলৈ উলিওৱা এই চাইকেল সমদলত মন্ত্ৰীগৰাকীয়ে কেইবাশ শিক্ষক, ছাত্র-ছাত্রী আৰু স্থানীয় নাগৰিকক নেতৃত্ব দিয়ে। অনুষ্ঠানত ভাষণ দি তেওঁ কয়, যে আজিৰ দিনটোত ১০,৫০০তকৈও অধিক স্থানত আয়োজিত চাইকেলেৰে দেওবৰীয়া ...

September 12, 2025 9:19 PM

views 30

দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগেঃ কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়া

যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া দপ্তৰৰ মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই কৈছে যে দেশৰ প্ৰতিটো পথেই ক্ৰীড়াৰ বাবে উপযোগী হৈ উঠিব লাগে আৰু ক্ৰীড়া প্ৰতিযোগিতাৰ প্ৰতিটো পড়িয়ামতে ভাৰতীয় পতাকা জিলিকি উঠিব লাগে। নতুন দিল্লীত আজি এটা ব্যক্তিগত সংবাদ প্ৰতিষ্ঠানৰ ক্ৰীড়া সন্মিলনত অংশ লৈ মন্ত্ৰীগৰাকীয়ে ক্রীড়াক জনজাগৰণ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ছানজে অন চাইকলৰ লেখিয়া পদক্ষেপসমূহে প্ৰতিগৰাকী লোককে ক্ৰীড়াৰ সৈতে জড়িত কৰি ৰাখিব বুলি উল্লেখ কৰে। ড০ মাণ্ডাভিয়াই ভাৰতক বিশ্বৰ শীৰ্ষ পাঁচখন ক্ৰীড়া ৰা...

August 4, 2025 5:55 PM

views 32

নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছেঃ মনসুখ মন্দাভিয়া

নিয়োগ মেলাৰ জৰিয়তে যোৱা ১৬ টা মাহত দেশত ১১ লাখৰো অধিক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিছে বুলি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মন্দাভিয়াই প্ৰকাশ কৰিছে। লোকসভাত এটা পৰিপূৰক প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদন অনুসৰি বিগত দশকটোত ১৭ কোটিৰো অধিক যুৱক-যুৱতীয়ে নিযুক্তি লাভ কৰিছে। ইউ পি এ চৰকাৰৰ শাসনকালৰ ১০ বছৰত মাত্ৰ তিনি কোটি প্রার্থীয়েহে নিযুক্তি লাভ কৰিছিল বুলি তেওঁ মন্তব্য কৰে। শ্ৰী মন্দাভিয়াই লগতে কয়, যে প্রধানমন্ত্রী বিকশিত ভাৰত ৰোজগাৰ যোজনাৰ...

July 27, 2025 7:55 PM

views 34

দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াৰ গুৰুত্ব আৰোপ

কেন্দ্রীয় মন্ত্রী মনসুখ মন্দাভিয়াই দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। আহমেদাবাদৰ গুজৰাট বিদ্যাপীঠত আজি আয়োজিত গুজৰাট নয়ী টালিম সংঘৰ সাধাৰণ বৈঠক, ছমহীয়া সন্মিলন তথা ৰাজ্যিক পৰ্য্যায়ৰ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্রকাশ কৰে। তেওঁ বুনিয়াদী শিক্ষাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে আসক্তি এটা জটিল সমস্যা আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে একগোট হৈ থিয় দিয়া উচিত। ইয়াৰ পূৰ্বে শ্রীমন্দাভিয়াই ছানডে অন চাইকেল শীর্ষক এটি বিশেষ কাৰ্য্যসূচীত অং...

July 23, 2025 9:23 PM

views 33

লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মন্দাভিয়াৰ

কেন্দ্ৰীয় ক্রীড়া আৰু যুৱ পৰিক্ৰমা মন্ত্ৰী মনসুখ মন্দাভিয়াই আজি লোকসভাত ৰাষ্ট্ৰীয় ক্রীড়া পৰিচালন বিধেয়ক, ২০২৫ উত্থাপন কৰে। এই বিধেয়কখনৰ জৰিয়তে দেশত ক্ৰীড়াৰ বিকাশ আৰু বিস্তাৰ ঘটোৱা ক্রীড়াবিদসকলৰ কল্যাণৰ বাবে আঁচনি গ্ৰহণ আৰু সু-শাসনৰ নীতিৰ অধীনত ক্রীড়া নীতিৰ নীতিগত সংশোধন ঘটাবলৈ বিচৰা হৈছে। বিধেয়কখন উত্থাপন কৰি ক্ৰীড়ামন্ত্রী মন্দাভিয়াই কয়, যে এই বিধেয়কখনত অলিম্পিক আৰু আন ক্রীড়া সমাৰোহত নিহিত থকা নীতিগত প্ৰমূল্য আৰু খেলুৱৈসুলভ মনোভাৱ অন্তৰ্ভুক্ত কৰাৰ লগতে পেৰা অলিম্পিক আৰু আন্তৰ্জাত...