August 30, 2024 7:06 PM

views 27

চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন ডº এল মুৰুগানৰ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা ৰাজ্য মন্ত্ৰী ডº এল মুৰুগানে আজি চিৰাং জিলাৰ পশ্চিম শিলপাতা আদর্শ অংগনবাড়ী কেন্দ্ৰ পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰটোৰ শিশুসকলৰ মাতৃসকলৰ সৈতে বাৰ্তালাপ কৰে। ডº মুৰুগানে কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ হিতাধিকাৰীসকলৰ সৈতেও মত বিনিময় কৰে। মন্ত্ৰীগৰাকীয়ে কাজলগাঁৱত সমাজ কল্যাণ বিভাগৰ মহিলা পৰামৰ্শদাতা কেন্দ্ৰটো পৰিদৰ্শন কৰি কাম-কাজৰ বুজ লয়। মন্ত্ৰীগৰাকীৰ সৈতে সাংসদ ৰণগৌড়া নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, বি টি চিৰ কাৰ্যবাহী সদস্য গৌতম দাস আৰু চিৰাঙৰ জিলা আয়ুক্তই...