July 10, 2025 12:15 PM
কেন্দ্রীয় ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙৰ ৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণ
জনসাধাৰণৰ সন্তুষ্টিৰ বাবে ৰাজহুৱা অভিযোগসমূহ নিষ্পত্তিৰ ক্ষেত্ৰত মৌলিক পৰিৱৰ্তন অনাটো প্রয়োজনীয় বুলি কেন্দ্রীয় কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেন্সন ৰাজ্য মন্ত্ৰী ড০ জীতেন্দ্ৰ সিঙে ...