August 30, 2025 11:27 AM

views 11

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিলচৰত সমবেত সংগীতৰ আখৰা

ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষৰ লগত সংগতি ৰাখি অহা ১৩ ছেপ্তেম্বৰত আয়োজন কৰা অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শিলচৰত কালিৰেপৰা সমবেত সংগীতৰ আখৰাৰ আয়োজন কৰা হৈছে। কাছাৰ জিলাৰ পৰা নিৰ্বাচিত ২০ গৰাকী শিল্পীয়ে হিন্দী ভৱনত আয়োজিত জিলা পৰ্যায়ৰ আখৰাত অংশগ্ৰহণ কৰিছে। গুৱাহাটীৰ মূল প্রশিক্ষক আলেখ্য চক্ৰৱৰ্তীয়ে শিল্পীসকলক সমবেত সংগীতৰ আখৰা কৰায়। কাছাৰৰ অতিৰিক্ত জিলা আয়ুক্ত ফিলিছ হংচালে এই সমবেত সংগীতেৰে বিশ্ববন্দিত শিল্পীগৰাকীৰ প্ৰতি গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব বুলি উল্লেখ কৰে। গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎ...