December 20, 2025 12:54 PM
16
মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ কেন্দ্রত দ্বাবিশংতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতা
ঔষধ কেৱল বিজ্ঞান নহয়, ই হৈছে বিজ্ঞান আৰু কলাৰ সমাহাৰ। গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ কেন্দ্রত অনুষ্ঠিত দ্বাবিশংতিতম ডাঃ অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাত অংশগ্ৰহণ কৰি দিল্লীৰ অখিল ভাৰতীয় আয়ুর্বেদিক প্রতিষ্ঠান, এইমছৰ প্ৰাক্তন অধ্যাপক তথা পদ্মাশ্রী সন্মানেৰে সন্মানিত ডাঃ ৰণদ্বীপ গুলেৰিয়াই কালি এই মন্তব্য প্রকাশ কৰে। ডাঃ অমিতাভ চৌধুৰী ন্যাসৰ উদ্যোগত আয়োজিত অনুষ্ঠানত চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিৱৰ্তন শীর্ষক বক্তৃতা প্রদান কৰি বিশিষ্ট চিকিৎসকগৰাকীয়ে কয়, যে ভৱিষ্যতৰ চিকিৎসালয়সমূহ প...