November 2, 2025 11:08 AM
7
বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানিৰ দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত
বাহৰেইনৰ বিদেশমন্ত্রী আব্দুল্লাটিফ বিন ৰছিদ আলজায়ানি দুদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। এই ভ্ৰমণৰ সময়ছোৱাত বাহৰেইনৰ বিদেশমন্ত্ৰীগৰাকীয়ে ভাৰতৰ বৈদেশিক পৰিক্ৰমা ম...