July 27, 2025 10:34 AM

views 17

উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৩১ মাৰ্চ পর্যন্ত মুঠ ১৬,৩৩২ কোটি টকাত উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ৰ অনুমোদন

উত্তৰ-পূব উন্নয়ন মন্ত্ৰ্যালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ত্বৰান্বিত কৰাৰ উদ্দেশ্যে ২০২৬ চনৰ ৩১ মাৰ্চ পর্যন্ত মুঠ ১৬,৩৩২ কোটি টকাত অনুমোদন দিয়ে। সাংসদ দিলীপ শ‍ইকীয়া আৰু অন্য দুগৰাকী সাংসদে সোধা তৰাবিহীন প্ৰশ্নৰ উত্তৰত উত্তৰ-পূব উন্নয়ন দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে কালি লোকসভাত এই কথা সদৰি কৰে। উত্তৰ-পূৰ্বাঞ্চলত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ বাবে ধাৰ্য কৰা মুঠ ধন সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত শ্ৰীমজুমদাৰে কয়, যে উত্তৰ-পূৰ্বাঞ্চলৰ বাবে প্রধানমন্ত্রী উন্নয়ন পদক্ষেপৰ অধীনত ৬,৬০০ কোটি, ...

September 20, 2024 7:14 PM

views 15

নাইপাৰত চেন্ট্ৰেল এনিমেল ফেচিলিটী আৰু ইনভিট্রো ড্রাগ টেষ্টিং ফেচিলিটী মুকলি ড’নাৰ ৰাজ্যমন্ত্ৰীৰ

কেন্দ্ৰীয় ড'নাৰ ৰাজ্যমন্ত্ৰী ড০ সুকান্ত মজুমদাৰে আজি গুৱাহাটীৰ ভেষজ শিক্ষা আৰু গৱেষণা প্ৰতিষ্ঠান, নাইপাৰত চেন্ট্ৰেল এনিমেল ফেচিলিটী আৰু ইনভিট্রো ড্রাগ টেষ্টিং ফেচিলিটী মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ ভাৰতীয় প্ৰযুক্তি বিদ্যা প্রতিষ্ঠান, আই আই টিত কেন্দ্রীয় শিক্ষা প্রতিষ্ঠানসমূহৰ সৈতে এখন পর্যালোচনামূলক বৈঠকত মিলিত হয়। বিয়লি চাৰে তিনি বজাত মন্ত্ৰীগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ ব্ৰহ্মপুত্ৰ অধ্যয়ন কেন্দ্ৰৰ এটা ভৱন মুকলি কৰে। বান, বহনক্ষম উন্নয়ন তথা সংৰক্ষণৰ দৰে প্ৰত্যাহ্বানসমূহৰ মুখাম...