May 16, 2025 8:52 PM

views 14

উত্তৰ পূৱ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া গুৱাহাটীত উপস্থিত

উত্তৰ পূৱ উন্নয়ন মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আজি গুৱাহাটীত উপস্থিত হৈছে। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্রীসিন্ধিয়াই পঞ্চায়ত নিৰ্বাচনত বিজেপি আৰু ইয়াৰ মিত্ৰদলৰ প্ৰাৰ্থীক বিপুল ভোটত জয়যুক্ত কৰাৰ বাবে অসমৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত ৰাজ্যখনে প্ৰগতি আৰু উন্নয়নৰ পথত আগবাঢ়ি গৈ আছে। সন্ধিয়া কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মুখ্যমন্ত্ৰী ড° হিমন্ত...