July 5, 2025 8:43 PM
আমেৰিকালৈ ৰপ্তানি কৰা সামগ্ৰীৰ শুল্ক সন্দৰ্ভত ১২ খন দেশলৈ ডোনাল্ড ট্রাম্পৰ পত্ৰ প্ৰেৰণ
আমেৰিকা যুক্তৰাষ্ট্ৰলৈ ৰপ্তানি কৰা সামগ্ৰী ক্ষেত্ৰত বিভিন্ন স্তৰত আৰোপ কৰা শুল্ক সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ১২ খন দেশলৈ পত্ৰ প্ৰেৰণ কৰিছে বুলি ঘোষণা কৰিছে। তেওঁ এই প...