September 30, 2024 8:41 PM
7
কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছেঃ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মু
ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে কৈছে যে, কেন্দ্ৰীয় চৰকাৰে দেশৰ স্বাস্থ্য যতন সেৱা বৃদ্ধি কৰাৰ বাবে প্রয়াস অব্যাহত ৰাখিছে। তেওঁ কয় যে, আয়ুষ্মান ভাৰত প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা ৰূপায়ণৰ ফলত স্বাস্থ্য যতনৰ সুবিধা গ্ৰহণ কৰা মহিলাৰ সংখ্যা দেশত বৃদ্ধি পাইছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি অটল বিহাৰী বাজপেয়ী চিকিৎসা বিজ্ঞান প্রতিষ্ঠান, ড০ ৰামমোহন লোহিয়া চিকিৎসালয়ত আয়োজন কৰা দশম সমাৱৰ্তনত অংশগ্ৰহণ কৰি শ্ৰীমতী মুৰ্মুৱে এইকথা প্ৰকাশ কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত ১০ বছৰত এটা সুদৃঢ় স্বাস্থ্য য...