January 17, 2025 10:36 AM

views 16

মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন

পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ মিদনাপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত এটি শিশু জন্ম দিয়াৰ পাছত মৃত্যু হোৱা মহিলাগৰাকীৰ অস্ত্ৰোপচাৰৰ সময়ত মানবিশিষ্ট কার্য সম্পাদন বিধি পালন নকৰাৰ অভিযোগত হাস্পতালখনৰ উপাধ্যক্ষ আৰু অধীক্ষককে ধৰি ১২ গৰাকী চিকিৎসকক নিলম্বন কৰা হৈছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে কালি প্ৰকাশ কৰা মতে ঘটনা সন্দৰ্ভত ৰাজ্যখনৰ স্বাস্থ্য বিভাগে ৰুজু কৰা এটা অভিযোগৰ ভিত্তিত এখন এজাহাৰ দাখিল কৰা হৈছে আৰু চি আই ডি-এ এটা ফৌজদাৰী গোচৰ ৰুজু কৰিছে। ১৩ জনীয়া সদস্যৰ এখন কমিটী আৰু চি আই ডি-এ ই...