October 21, 2025 10:47 AM

views 62

পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কেইবাগৰাকীও বিশ্ব নেতাৰ ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন

ভাৰতত উলহ-মালহেৰে পালন কৰা পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে কালি কেইবাগৰাকীও বিশ্ব নেতাই ভাৰতীয়সকললৈ শুভেচ্ছা জ্ঞাপন কৰে। হোৱাইট হাউচৰ পৰা জাৰি কৰা এটা বিবৃতিত কোৱা হয় যে দীপাৱলী হৈছে আন্ধাৰৰ বিপৰীতে পোহৰৰ বিজয়। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পে দীপাৱলী উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জনাই কয়, যে এই দীপাৱলী আশা, নতুনত্ব আৰু শুভ শক্তিৰ প্ৰতীক। এই উৎসৱে প্ৰত্যেকৰে জীৱনলৈ সুখ, শান্তি আৰু সমৃদ্ধি কঢ়িয়াই আনিব বুলিও ৰাষ্ট্ৰপতি ট্রাম্পে আশা প্ৰকাশ কৰে। এফ বি আইৰ সঞ্চালক খাছ পেটেলেও দীপাৱলী উপলক্ষে জনসাধ...