October 20, 2025 12:02 PM

views 42

কালী পূজা আৰু পোহৰৰ উৎসব দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণক ৰাজ্যপাল আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা জ্ঞাপন

অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল বিয়োগে সৃষ্টি কৰা শূন্যতাৰ মাজতে ৰাজ্যৰ জনসাধাৰণে পৰম্পৰাগত ৰীতি-নীতিৰে কালী পূজা আৰু পোহৰৰ উৎসৱ দীপাৱলী উদযাপনৰ বাবে সাজু হৈছে। এইবাৰ ৰাজ্যৰ অধিকাংশ লোকেই মাটিৰ চাকিৰে দীপান্বিতা পালন কৰি প্রিয় শিল্পীগৰাকীৰ প্রতি শ্রদ্ধা জনাব। মৃৎ শিল্পীসকলে প্রস্তুত কৰা চাকি আৰু অন্যান্য পোহৰৰ সামগ্ৰীৰে বজাৰসমূহ ভৰি পৰিছে। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যই কালী পূজা আৰু পোহৰৰ উৎসব দীপাৱলী উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ প্রতি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে পৰিবেশৰ প্ৰতি লক্ষ্য ৰাখি দায়ব...