October 26, 2024 1:24 PM

views 20

দেৱালী, ষষ্ঠপূজাৰ লগতে বিভিন্ন উৎসৱৰ সময়ত অতিৰিক্ত ১৯৫খন বিশেষ ৰে’লৰ চলাচলৰ সিদ্ধান্ত

দেৱালী, ষষ্ঠপূজাৰ লগতে বিভিন্ন উৎসৱৰ সময়ত যাত্ৰীসকলৰ সুবিধাৰ বাবে উত্তৰ ৰে’লৱেই আজিৰে পৰা অহা মাহৰ ৭ তাৰিখলৈ অতিৰিক্ত ১৯৫ খন বিশেষ ৰে'লৰ চলাচল কৰোৱাৰ সিদ্ধান্ত লৈছে। এই ৰে'লসমূহ প্ৰধানতঃ নতুন দিল্লী আৰু আনন্দ বিহাৰ ৰে'লৱে ষ্টেচনৰ পৰা দেশৰ পূব অংশৰ বিভিন্ন ঠাইলৈ চলাচল কৰিব। আকাশবাণী বাতৰি বিভাগৰ সৈতে হোৱা কথা-বতৰাত উত্তৰ ৰে'লৱেৰ মহাপ্ৰবন্ধক অশোক কুমাৰ বাৰ্মাই কয় যে, যাত্ৰীসকলৰ সুবিধাৰ বাবে ৰে’ল বিভাগে ৰে'লসমূহত এক লাখ ৭০ হাজাৰতকৈ অধিক অতিৰিক্ত আসনৰ ব্যৱস্থা কৰিছে। তেওঁ লগতে কয় যে, এই বিশেষ ৰে'...