October 28, 2024 11:43 AM

views 12

দীপাৱলী-কালী পূজা উপলক্ষে ৰাজ্যৰ বজাৰত দেশী-বিদেশী আটচবাজি, ৰং-বিৰঙী চাকিৰ পয়োভৰ

পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজালৈ মাজত মাথো দুটা দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বজাৰসমূহত দেশী-বিদেশী আটচবাজি আৰু থলুৱা মৃৎশিল্পীৰ দ্বাৰা নিৰ্মিত বিভিন্ন ৰং-বিৰঙী চাকিৰে ভৰি পৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে গোলাঘাট জিলাতো মাটিৰ চাকিৰ লগতে কালী গোসাঁনীৰ মৃন্ময় মূৰ্তি প্ৰস্তুত কৰাত শিল্পীসকল ব্যস্ত হৈ পৰিছে। জিলাখনত উৎসৱৰ সময়ছোৱাত যাতে কোনো অপ্রীতিকৰ ঘটনা নঘটে তাৰবাবে জিলা প্রশাসনে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। ইপিনে, থলুৱা আতচবাজি উদ্যোগৰ বাবে বিখ্যাত বৰপেটা জিলাতো দীপাৱলী আৰু কালীপূজাৰ প্ৰস্তু...