October 20, 2025 7:37 PM October 20, 2025 7:37 PM
28
নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহত দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচী
নতুন দিল্লীত থকা বিভিন্ন দেশৰ কূটনৈতিক দূতাবাসসমূহে আজি দীপাৱলী উপলক্ষে বিভিন্ন সাংস্কৃতিক কার্যসূচীত অংশগ্ৰহণ কৰি দেশবাসীক দীপাৱলী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ড, ইজৰাইল, অস্ট্রিয়া, ব্রাজিল, ছুইজাৰলেণ্ড আৰু ইউৰোপীয় সংঘৰ দূতাৱাসে আনন্দ আৰু পোহৰৰ উৎসৱ দীপাৱলী উপলক্ষে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ফিনলেণ্ডৰ দূতাবাসে কুইজ, প্রীতিভোজ আৰু নৃত্য অনুষ্ঠানেৰে দীপাৱলী উদযাপন কৰে। দূতাৱাসৰ তৰফৰ পৰা শ্বেয়াৰ কৰা এটা ভিডিঅ'ত দূতাবাসৰ বিষয়াসকলে এই উৎসৱ উপলক্ষে সংগীত উপভোগ কৰা পৰিলক্ষিত হয়। ইজৰাইলৰ কূটনী...