December 12, 2024 7:53 PM

views 12

নতুন দিল্লীৰ ইণ্ডিয়া গেটত ২২ সংখ্যক দিব্য কলা মেলা আৰম্ভ

নতুন দিল্লীৰ ইণ্ডিয়া গেটত আজিৰেপৰা ২২ সংখ্যক দিব্য কলা মেলা অনুষ্ঠিত হৈছে। সমগ্ৰ দেশৰ দিব্যাংগ লোকসকলৰ প্ৰতিভা, সৃজনীশক্তি আৰু উদ্যমিতাক উৎসাহিত কৰাৰ বাবে সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰালয়ৰ অধীনৰ দিব্যাংগসকলৰ সৱলীকৰণ বিভাগে এই মেলাৰ আয়োজন কৰিছে। এই কার্যসূচীত শতাধিক দিব্যাংগ উদ্যমী আৰু শিল্পীয়ে নিজৰ উৎপাদিত সামগ্ৰী আৰু কৌশল প্ৰদৰ্শন কৰিব। অহা ২২ ডিচেম্বৰলৈ চলিবলগীয়া এই কাৰ্যসূচী প্রতিদিনে দিনৰ ১১ বজাৰ পৰা নিশা ৯ বজালৈ মুকলি থাকিব। দিব্যাংগ লোকসকলৰ সামৰ্থ, দৃঢ়তা আৰু কৌশলক উৎসাহিত কৰাৰ বা...