November 29, 2025 1:03 PM

views 29

দিটৱা নামৰ ঘূৰ্ণীবতাহজাক ৬ ঘন্টাত উত্তৰ-পশ্চিম দিশলৈ গতি

শ্ৰীলংকাৰ উপকূলত সৃষ্টি হোৱা ঘূৰ্ণীবতাহ দিটৱা ঘণ্টাত ৭ কিলোমিটাৰ বেগেৰে বিগত ৬ ঘন্টাত উত্তৰ-পশ্চিম দিশলৈ গতি কৰিছে। ভাৰতৰ সবাতোকৈ ওচৰৰ সামুদ্রিক প্রতিবেশী দেশ শ্রীলংকা এই পর্যন্ত যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। বতৰ বিজ্ঞান বিভাগৰ শেহতীয়া প্রতিবেদন অনুসৰি শ্ৰীলংকাৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ পশ্চিমে এই ঘূৰ্ণীবতাহৰ উৎপত্তি হৈছে। এই উৎপত্তিস্থল কৰাইকলৰ পৰা ২৭০ কিলোমিটাৰ দক্ষিণ- পূব, পুডুচেৰীৰ পৰা ৩৮০ কিলোমিটাৰ আৰু চেন্নাইৰ পৰা ৪৯০ কিলোমিটাৰ দক্ষিণে অৱস্থিত। ঘূর্ণীবতাহজাকে কাইলৈ পুৱা শ্ৰীলংকাৰ উত্তৰ-পশ্চ...