April 8, 2024 7:54 PM
32
আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহৰ পদক্ষেপ গ্রহণ
আসন্ন লোকসভা নির্বাচনত ভোটাৰসকলক সজাগ কৰাৰ লক্ষ্যৰে ৰাজ্যৰ জিলা প্ৰশাসনসমূহে কেইবাটাও পদক্ষেপ গ্রহণ কৰিছে। গোলাঘাট জিলাৰ বোকাখাটত প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত আজি চাইকেল ৰেলীৰ আয়োজন কৰা হয়। বোকাখাট মহকুমাধিপতি কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই ৰেলী বোকাখাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সামৰণি পৰে। নিৰ্বাচন আয়োগৰ ৰাজ্যিক আইকন পেৰাচাইক্লিষ্ট ৰাকেশ বনিকে এই ৰেলীত অংশগ্ৰহণ কৰে। অহা ১৯ এপ্ৰিলত হ'বলগীয়া লোকসভা নির্বাচনত যাতে অধিক ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰে লগতে যুৱ ভোটাৰ...