December 31, 2024 1:28 PM
নৱবৰ্ষৰ সময়ত অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবলৈ জিলা প্ৰশাসনসমূহৰ প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ
নৱবৰ্ষৰ সময়ত যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাৰবাবে জিলা প্ৰশাসনসমূহে প্রয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে। নৱবৰ্ষৰ লগতে বৰ্তমানৰ বনভোজৰ বতৰত সঘনে হোৱা পথ দুৰ্ঘটনা ...