February 4, 2025 12:12 PM

views 11

লোকসভাত ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা

লোকসভাত কালি ৰাষ্ট্ৰপতিৰ ভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা কৰা হয়। আলোচনাকালত বিৰোধী দলপতি তথা কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ৰাষ্ট্ৰপতিৰ ভাষণ বিগত বৰ্ষৰ সৈতে একেই আছে বুলি মন্তব্য কৰে। নিবনুৱা সমস্যা সমাধানত চৰকাৰ বিফল হোৱাৰ অভিযোগ কৰি বিষয়টোত চৰকাৰে অধিক গুৰুত্ব দিব লাগে বুলি তেওঁ উল্লেখ কৰে। চৰকাৰৰ ধ্বজাবাহী আঁচনি মেক ইন ইণ্ডিয়াৰ ধাৰণা প্ৰশংসনীয় যদিও সেয়া ৰূপায়ণৰ ক্ষেত্ৰত চৰকাৰ ব্যৰ্থ হোৱা বুলিও তেওঁ সমালোচনা কৰে। তেওঁ লগতে কয়, যে পর্যাপ্ত সম্ভাৱনা তথা উৎস থকাৰ পাছতো সেইসমূহৰ ...