December 13, 2024 10:18 AM

views 30

লোকসভাত দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত

লোকসভাত কালি দুর্যোগ ব্যৱস্থাপনা সংশোধনী বিধেয়ক ২০২৪ গৃহীত হয়। এই বিধেয়কখনে দুর্যোগ ব্যৱস্থাপনা আইন ২০০৫ৰ সংশোধন কৰি ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এন ডি এম এ আৰু ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ, এছ ডি এম এৰ কাম-কাজসমূহ অধিক সূচল কৰি তুলিব। এই বিধেয়কখনে ৰাষ্ট্ৰীয় কাৰ্যবাহী সমিতি আৰু ৰাজ্যিক কাৰ্যবাহী সমিতিৰ পৰিৱৰ্তে এন ডি এম এ আৰু এছ ডি এম এক ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ত দুর্যোগ ব্যৱস্থাপনা আঁচনি প্ৰস্তুত কৰাৰ অধিকাৰ প্ৰদান কৰিছে। তাৰোপৰি বিধেয়কখনৰ জৰিয়তে ৰাজ্যৰ ৰাজধান...