May 18, 2025 11:05 AM
বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত নতুনকৈ কেন্দ্ৰীয় চৰকাৰৰ নিষেধাজ্ঞা আৰোপ
বিদেশ বাণিজ্য সঞ্চালকালয়ে বাংলাদেশৰ পৰা ভাৰতলৈ–একাংশ সামগ্ৰীৰ আমদানিৰ ক্ষেত্ৰত ততালিকে কাৰ্যকৰি হোৱাকৈ নতুনকৈ নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছে। কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্...