January 19, 2025 1:15 PM

views 14

গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে তিনিচুকীয়াৰ বাৰেকুৰিৰ দিপ্লৱ চুতীয়া আমন্ত্রিত

সমাগত গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ দিপ্লৱ চুতীয়াক কেন্দ্রীয় চৰকাৰে আমন্ত্রণ জনাইছে। হলৌ সংৰক্ষণৰ বাবে দীর্ঘদিনে কাম কৰি অহা চুতীয়াই বাৰেকুৰি পৰিৱেশ সুৰক্ষা সমিতিৰ সহযোগত বিভিন্ন কার্যসূচী গ্ৰহণ কৰি পৰ্যটন ক্ষেত্ৰখনলৈও যথেষ্ট অৰিহণা আগবঢ়াইছে। উল্লেখযোগ্য যে যোৱা বছৰৰ ২৫ আগষ্টত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন কী বাত অনুষ্ঠানত বাৰেকুৰিৰ হলৌৰ বিষয়ে উল্লেখ কৰিছিল। অহা ২৫ জানুৱাৰীত দিল্লীলৈ ৰাওনা হ'বলগীয়া দিপ্লৰ চুতীয়াই গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয...