May 27, 2024 6:55 PM

views 33

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত ভাৰতৰ দীপা কৰ্মকাৰৰ স্বর্ণ পদক জয়

এছিয়ান ছিনিয়ৰ জিমনাষ্টিক চেম্পিয়নশ্বিপত মহিলাৰ শাখাত স্বর্ণ জয় কৰি দীপা কৰ্মকাৰে প্ৰথমগৰাকী ভাৰতীয় এথলিট হিচাপে কৃতিত্ব অর্জন কৰিছে। উজবেকিস্তানৰ ৰাজধানী চহৰত অনুষ্ঠিত এই প্ৰতিযোগিতাৰ শেষৰ দিনা জিমনাষ্টগৰাকীয়ে ১৩ দশমিক ৫-৬ স্কোৰ অৰ্জন কৰি উত্তৰ কোৰিয়াৰ কিম ছন হায়াং আৰু জো কিয়ং বায়’লক পৰাস্ত কৰে। উল্লেখযোগ্য যে ২০১৬ৰ ৰিঅ' অলিম্পিকত চতুর্থস্থান অর্জনকাৰী দীপাই ইয়াৰ পূৰ্বে ২০১৫ত একেটা ইভেণ্টতে ব্ৰঞ্জৰ পদক লাভ কৰিছিল। তদুপৰি তুৰ্কীৰ মাৰ্চিনত অনুষ্ঠিত ২০১৮ চনৰ এফ আই জি বিশ্বকাপত সোণৰ পদক অ...