September 20, 2024 7:28 PM

views 26

ডিফুৰ আৰবোৰিটামত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আজি সামৰণি

কাৰ্বি যুৱ মহোৎসৱৰ সোণালী জয়ন্তী বর্ষ উপলক্ষে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ উদ্যোগত কাৰ্বি অধ্যয়ন কেন্দ্ৰ আৰু অসম বিশ্ববিদ্যালয় ডিফু চৌহদৰ সহযোগত ডিফুৰ আৰবোৰিটামত দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা আন্তঃৰাষ্ট্ৰীয় সন্মিলনৰ আজি সামৰণি পৰে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে উদ্বোধন কৰা সন্মিলনত নৰোৱেৰ মাইকেল হেনিছ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ উইলিয়াম ৱেষ্টাৰমেন, জাৰ্মানীৰ ছিমন ৱেইচিক, ইষ্টনিয়াৰ টাৰ্ট' বিশ্ববিদ্যালয়ৰ মাৰ্গাৰেট লিংডো আৰু নৰোৱেৰ উচ্চ শিক্ষা গ্...