September 26, 2024 7:45 PM

views 20

ডিফু লোকসভা সমষ্টিৰ স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত বকলীয়াঘাট প্ৰেছ ক্লাবক এম্বুলেঞ্চ প্রদান

ডিফু লোকসভা সমষ্টিৰ স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজিৰ অধীনত আজি বকলীয়াঘাট প্ৰেছ ক্লাবক এম্বুলেঞ্চ প্রদান কৰা হয়। এই উপলক্ষে বকলীয়াঘাট পৌৰসভাৰ কাৰ্যালয়ত আয়োজিত সভাত সাংসদ অমৰছিং তিছ'ৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে এম্বুলেঞ্চৰ চাবি আৰু নথি-পত্ৰসমূহ বকলীয়াঘাট প্ৰেছ ক্লাবৰ সভাপতি-সম্পাদকক অৰ্পণ কৰে। সাংসদ শ্ৰী তিছ'ৱে ২০২২-২৩ বৰ্ষত স্থানীয় সাংসদ এলেকা উন্নয়ন পুঁজি আঁচনিৰ অধীনত এম্বুলেঞ্চ সেৱা প্ৰৱৰ্তন কৰা বুলি জানিবলৈ দিয়ে। এই অনুষ্ঠানত জি...