October 24, 2024 7:05 PM

views 33

ডিফু আৱৰ্ত ভৱনত অনুষ্ঠিত তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণৰ সামৰণি

কাৰ্বি আংলং জিলা প্ৰশাসনৰ উদ্যোগত ডিফু আৱৰ্ত ভৱনত চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত জিলাখনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰী প্ৰশিক্ষণৰ প্ৰথম পৰ্যায়ৰ আজি সামৰণি পৰে। জিলা প্ৰশাসনৰ তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ উপৰি জলসিঞ্চন, লোকনিৰ্মাণ, কৃষি, বন আৰু পৰিৱেশ, সমাজকল্যাণ বিভাগ ইত্যাদি তথা আৰক্ষী প্ৰশাসন আৰু বিভিন্ন শিক্ষানুষ্ঠানৰ কৰ্মচাৰীক এই প্রশিক্ষণ প্ৰদান কৰা হয়। প্ৰশিক্ষাৰ্থীসকলক কাৰ্যালয় পৰিচালনা প্রণালী, বিভিন্ন অধিনিয়ম অনুশাসন আৰু আবেদনৰ নিয়ম, সংৰক্ষণ, ৰুষ্টাৰ পদ্ধতি, ছুটীৰ নিয়মকে ধৰি বিভিন্ন নীতি সম্পৰ...