October 20, 2025 6:03 PM
26
ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন
ৰাজ্যৰ প্ৰতিখন জিলাত জাকজমকতা পৰিহাৰ কৰি আৰু পৰম্পৰা বৰ্তাই ৰাখি কালীপূজা আৰু দীপাৱলী উদযাপন কৰা হৈছে। বৰপেটা জিলাৰ বিভিন্ন স্থানত আজিৰে পৰা কেইবাদিনীয়া কাৰ্যসূচীৰে কালীপূজাৰ আয়োজন কৰা হৈছে। জিলাখনৰ গহীয়াত আজিৰে পৰা পাঁচ দিনীয়া কাৰ্যসূচীৰে ৬৭ সংখ্যক কালীপূজা উদযাপন কৰা হৈছে। উল্লেখযোগ্য যে, এই পূজাত মূৰ্তিৰ প্ৰচলন নাই যদিও এটা মাটিৰ ঘটত শ্যামাকালী দেৱীৰ প্ৰতিক হিচাপে লৈ পূজা-অর্চনা কৰা হয়। ইয়াৰ উপৰি এই পূজা বলি-বিধান নোহোৱাকৈ উদযাপন কৰি অহা হৈছে। পূজাৰ লগত সংগতি ৰাখি বিভিন্ন থলুৱা কৃষ্টি-সংস্কৃত...