November 23, 2024 10:57 AM

views 12

গুৱাহাটীত অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি

অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ মহাৰজত জয়ন্তী উদযাপনৰ সামৰণি অনুষ্ঠান আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হ'ব। যোৱা বৰ্ষৰ ২৩ নৱেম্বৰত শিলচৰত উদ্বোধন কৰা মহাৰজত জয়ন্তীব বছৰজোৰা কাৰ্যসূচীৰ সামৰণি অনুষ্ঠান গুৱাহাটীৰ চানমাৰিত অৱস্থিত প্রাথমিক শিক্ষক সন্মিলনিৰ শিক্ষক ভৱনৰ সভাকক্ষ আৰু গুৱাহাটী কমাৰ্চ কলেজৰ প্ৰেক্ষাগৃহত এই সন্মিলনিৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব। এই জয়ন্তীত অসমৰ শিক্ষক সমাজৰ প্ৰাক্তন বিষয়ববীয়া আৰু বৰ্তমান তথা প্রাক্তন শিক্ষামন্ত্রীসকলৰ সৈতে এটা আল...