March 28, 2025 7:29 PM

views 11

দিলোৱাৰ হুছেইন মজুমদাৰক আজি কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ

গুৱাহাটীৰ এটা পোৰ্টেল চেনেলৰ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰক আজি বিয়লি আৰক্ষীয়ে কামৰূপ মহানগৰ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱায়। চৰকাৰী বিষয়াৰ বিৰুদ্ধে আপত্তিজনক শব্দ ব্যৱহাৰৰ অভিযোগত এপেক্স বেংকৰ কাৰ্যালয়ৰ পৰা যোৱা ২৫ মাৰ্চত গ্ৰেপ্তাৰ কৰা সাংবাদিকগৰাকীক কালি পুনৰ আৰক্ষীয়ে আন এটা গোচৰত গ্ৰেপ্তাৰ কৰিছিল। আৰক্ষীয়ে সাংবাদিকগৰাকীক অধিক সোধাপোছাৰ বাবে সাত দিনৰ বাবে আৰক্ষীৰ জিম্মাত বিচাৰি কৰা আবেদনৰ শুনানি সম্পূৰ্ণ হৈছে যদিও বাতৰ...