March 22, 2025 9:18 PM
দৰং জিলাক দেশৰ ৰে’ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ১২৮.৭৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে’লপথৰ চূড়ান্ত জৰীপত অনুমোদনঃ সাংসদ দিলীপ শইকীয়া
দৰং জিলাক দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত কৰাৰ বাবে প্ৰায় চাৰে ৬ হাজাৰ কোটি টকা ব্যয় সাপেক্ষ ১২৮ দশমিক ৭-৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৰে'লপথৰ চূড়ান্ত জৰীপত অনুমোদন হৈছে আৰু চলিত মাহতে এই প্ৰতিব...